HIV Awareness Song
Similar songs
Similar Songs
About song
Genre :Pop
81 Plays
Music: DJ Das
Tune: Rituparna Thakuriya
Lyricist: Mriganka Saikia
Composition: Bishal Nath
Copyright © Xhangeet
Lyrics
সাধুকথা যদি হয় পুৰণি সমাজৰ
পোহৰ আমি নতুন দিগন্তৰ
অতীতক পাহৰি আমি আগুৱাই যাম
সমাজক নতুন বাট দেখুৱাম
জনগণৰ মাজত ভয়
HIV ক লৈ সংশয়
চলিছে মানুহৰ ওপৰত নিৰ্যাতন
জানিও নুবুজে আজিৰ এই জনগণ
জীৱন যদি হয় (এক) অপূৰ্ব দান
প্ৰতিটো খোজতে হ'বা সাৱধান
পোৱা যদি HIV ৰ উমান
আছে হেনো ইয়াৰো সমাধান
ART Therapy য়ে
দিব নতুন প্ৰাণ
1097 ত
পাবা সমাধান..।।